Home ৰাজ্যদৰঙৰ ধনশিৰি নৈ’ৰ বাঢ়নি পানীয়ে বুৰাই পেলালে দহ খনৰো অধিক গাঁও….

দৰঙৰ ধনশিৰি নৈ’ৰ বাঢ়নি পানীয়ে বুৰাই পেলালে দহ খনৰো অধিক গাঁও….

by News Desk
A+A-
Reset
ba1248a3-5776-4d6a-9516-b5425ac6544f

ফখৰুল ইছলাম,দৰংঃ দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দহ খনৰো অধিক গাঁও ধনশিৰি নৈ’ৰ বাঢ়নি পানীয়ে প্লাবিত কৰাৰ ফলত শ শ বিঘা শালি খেতি, মৰা পাট শাক-পাচলি বিনষ্ট হৈছে।

গাঁওবোৰ সম্পূৰ্ণ জলমগ্ন হৈ পৰাত গঁঞা ৰাইজে চৌকা জ্বলাব পৰা নাই, গৰু ছাগলীবোৰক লৈ ৰস্তাৰ মাজত চালি বান্ধি আশ্ৰয় লৈ আছে।ধনশিৰি নৈ খনৰ দুয়োপাৰে অতি নিম্নমানৰ জি অ বান্ধ দিয়াৰ ফলত পূৱ দক্ষিন দিশত থকা বেছিমাৰী গাঁৱৰ মাথাউৰি আৰু ৰঙাগড়া গাঁৱলৈ যোৱা নতুনকৈ নিৰ্মীয়মাণ হোৱা ৰাস্তা বানে খহাই নিয়াৰ ফলত বহুকেইখন গাঁও প্লাবিত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0