109
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ লীলাবাৰীতস্থিত ১৩ নং অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহ আজি লখিমপুৰ জিলাৰ লীলাবাৰীত অনুষ্ঠিত হয়।
ৰাষ্ট্ৰীয় পতাকাৰ তলত ৰাজ্যিক আৰক্ষী পতাকা অৰ্দ্ধতাৰে শপত গ্ৰহন কৰিলে ১৩ নং অসম আৰক্ষী বাহিনীৰ ১৪৯ জন জোৱানে।