Home ৰাজ্যবানৰ কবলত ঘগ্ৰাপাৰ ৰাজহ বালিতাৰা-চটাইবাৰীৰ কুৰিখনৰো অধিক গাঁও

বানৰ কবলত ঘগ্ৰাপাৰ ৰাজহ বালিতাৰা-চটাইবাৰীৰ কুৰিখনৰো অধিক গাঁও

by News Desk
A+A-
Reset
nal

নলবাৰী ১৩জুলাইঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গতবালিতাৰা,চটাইবাৰী ,ধমধমা,ভেলামাৰী,নিজবৰশিৰালকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে একেৰাহে পঞ্চম দিনলৈ বানত কক্ বকাই আছে।শেহতীয়াভাৱে পাগলদিয়া নৈৰ বিধ্বংসী বান আৰু ভুটানে এৰি দিয়া পানীয়ে জুৰুলা কৰা অঞ্চলটোৰ কৃষকসমাজৰ শ শ কৃষিভুমি বিস্তাৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সম্প্ৰতি ৰাইজৰ স্বাভাৱিক জীৱন আৰু পশুধনসমুহ তীব্ৰ খাদ্য সংকটত পৰিছে বুলি অভিযোগ উত্থাপিত হৈছে।ইফালে উক্ত অঞ্চলটোৰ বাট-পথসমুহ ভাঙি-ছিঙি যোৱাৰ লগতে ৰাইজে চৰম দুৰ্য্যেগৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। 

ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাগলদিয়া নৈৰ বাঢ়নী পানীৰ লগতে ভুটানে এৰি দিয়া পানীয়ে ৰাজহ চক্ৰ টোৰ বালিতাৰা গাঁওপঞ্চায়তৰ ১,২,৩,আৰু৪ নং বালিতাৰা,পূৱবৰশিৰাল,চটাইবাৰী,মাজৰশিৰাল,ধমধমা,ৰঙাফালি,শান্তিপুৰ,মোহনীয়া, ভেলামাৰী,আদি গাঁৱৰ কেবাবিঘা ভূই ৰোপন কৰা কৃষিভুমি পানীৰ তলত বুৰ হৈ থকাৰ উপৰিও দুই নং বালিতাৰা পানী যোগান আচঁনি পানীৰ তলত আছে।অঞ্চলটোৰ ৰাইজৰ,পুখুৰী,শিক্ষানুষ্ঠান,নামঘৰ,ক্লাবঘৰ,মানুহ থকা গৃহ আদিৰ বিস্তৃৰ ক্ষতিসাধন হোৱাৰ লগতে কেবাটাও গুৰুত্বপুৰ্ণ পথ বানত বূৰ যোৱাৰ ফলত যাতায়ত-যোগাযোগ ব‍্যাহত হৈ পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0