40
অপুৰ্ব বৰা, তেজপুৰঃ কেন্দ্ৰীয় চৰকাৰেই হওঁক বা ৰাজ্যিক চৰকাৰ সকলো চৰকাৰে ফাঁকিবাজ। নিজৰ স্বাৰ্থ সিদ্ধি আৰু ভোট লাভৰ বাবে ফাঁকি কথা কয়। অসমক সৰ্বস্ৰান্ত কৰা বান আৰু গৰাখহনীয়া সমস্যাৰ বাবে শাসক বিৰোধী দলসমূহে বান আৰু গৰাখহনীয়া সমস্যাক লৈ ফাকি দি আহিছে।
কংগ্ৰেছ শাসনত থকাৰ কালত বিজ্ঞাপন দি বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা বুলি ঘোষণা কৰি বিজ্ঞাপনত দিছিল সকলো কিন্তু সেয়া ফুটুকাৰ ফেন হ’ল৷