60
বৰপেটাৰোডঃ ৰাজ্যত হোৱা প্ৰলয়ংকৰী বানপানীৰ ফলত মঙলবাৰে আবেলি বৰপেটা জিলাৰ বৰপেটাৰোডৰ সমীপৰ গান্ধাৰীপাৰাত এটি প্ৰায় ডেৰবছৰীয়া শিশুৰ মৃত্যু হয়৷
মৃত্যু হোৱা শিশুটি মুন্নাচ আলিৰ পুত্ৰ চুমেদ আলি বুলি জানিব পৰা গৈছে৷