Home ৰাজ্যড্ৰাইভাৰক মাৰধৰ কৰি আটক কৰাৰ প্ৰতিবাদত চকা বন্ধ ঘোষণা

ড্ৰাইভাৰক মাৰধৰ কৰি আটক কৰাৰ প্ৰতিবাদত চকা বন্ধ ঘোষণা

by News Desk
A+A-
Reset

ফখৰুল ইছলাম,দৰংঃ দৰঙৰ পূব মংগলদৈ বেচৰকাৰী পৰিবহন শ্ৰমিক সন্থাৰ আজি ৩৬ ঘণ্টীয়া চকা বন্ধ ঘোষণা৷ উল্লেখ্য যে, মঙলাবৰে মংগলদৈৰ ডেকা উপাধি নামৰ এজন ট্ৰেফিক পুলিচ এজনে আব্দুল লতিফ নামৰ ড্ৰাইভাৰজনৰ লগতে গাড়ীখনৰ মালিকজনকো মাৰধৰ কৰি আটক কৰি ৰাখে৷

বুধবাৰে ট্ৰেফিকজনৰ উক্ত কাণ্ডৰ প্ৰতিবাদত পুৱাৰপৰা বেচৰকাৰী মটৰ বাছ সমুহৰ চলাচল বন্ধ ৰাখি আবেলি খাৰুপেটীয়াত শতাধিক মটৰ শ্ৰমিকে প্ৰতিবাদী সভা প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ পূব মংগলদৈ বেচৰকাৰী পৰিবহন শ্ৰমিক সন্থাৰ কাৰ্যালয় সমীপতে অনুষ্ঠিত প্ৰতিবাদী সভাত আটকাধীন ড্ৰাইভাৰ আব্দুল লতিফক বিনাচৰ্তে মুক্তি আৰু ট্ৰেফিক পুলিচ জনক নিলম্বনৰ দাবীৰ সিদ্ধান্ত লয় আৰু এই চকা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0