Home ৰাজ্যসলনি হ’বনে ববিতা, ইন্দুৰ জীৱন? বনকৰা মহিলাক লৈ কি আঁচনি চৰকাৰৰ?

সলনি হ’বনে ববিতা, ইন্দুৰ জীৱন? বনকৰা মহিলাক লৈ কি আঁচনি চৰকাৰৰ?

by News Desk
A+A-
Reset
help-kCeH--621x414@LiveMint

গুৱাহাটীঃ মাত্ৰ তেৰ বছৰ বয়সতেই এজন আৰক্ষী বিষয়াৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত হৈছিল ববিতা ৷ প্ৰতিটো নিশা ববিতাই সহ্য কৰিবলগীয়া হৈছিল মাতাল হৈ অহা আৰক্ষী বিষয়াজনৰ শাৰীৰিক অত্যাচাৰ৷ জীৱনৰ ৰঙীন সপোন দেখাৰ সময়ত কিশোৰী ববিতাই পূৰণ কৰিবলগীয়া হৈছিল মালিকৰ ফৰমাইচ৷ 

‘মোৰ দেউতা নাই, আমি ছগৰাকী বাই-ভনী৷ আৰ্থিক অনাটনৰ বাবে মায়ে মোক আৰু বাইদেউক বনকৰা ছোৱালী হিচাপে দুঘৰলৈ পঠিয়াই দিছিল। মায়েও কেইবাঘৰতো পাৰ্ট টাইম কাম কৰে। আমাৰ তিনিজনীয়ে যি উপাৰ্জন হৈছিল, ঘৰখন চলি গৈছিল। মোক তেতিয়া মাহত এহাজাৰ টকাত বন্দবস্ত কৰি দিয়া হৈছিল।’-চকুলো টুকি NNOৰ আগত ববিতাই কৈ গৈছিল তাইৰ জীৱনৰ তিতা-মিঠা অভিজ্ঞতা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0