68
ডিফুঃ ক’ৰনা ভাইৰাছৰ পৰা হাত সাৰি থাকিবৰ বাবে ল’বলগীয়া বিভিন্ন সাৱধানতাৰ বাতৰিয়ে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ইয়াৰ মাজতে কৰ’না বিষয়ক বা-বাতৰি তথা বিভিন্ন উৰাবাতৰিয়ে সাধাৰণ ৰাইজক আতংকিত কৰি তোলাও দেখা গৈছে। ভিতৰুৱা গ্ৰাম্যঞ্চলৰ অধিকাংশ লোকে এতিয়াও প্ৰকৃত খবৰৰ পৰিৱৰ্তে বিভিন্ন উৰাবাতৰিকে সত্য বুলি ধৰি লৈছে। কৰ’নাতংকক লৈ উৰাবাতৰিৰ কবলত পৰা ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে কাৰ্বিং আংলং।
ছেনিটাইজাৰৰ পৰিপূৰক নেকি চুলাই মদ!