Home ৰাজ্যসুখবৰ! কৰ’না ভাইৰাছত আক্ৰান্ত নহয় যোৰহাটৰ পুলিবৰৰ শিশুটি

সুখবৰ! কৰ’না ভাইৰাছত আক্ৰান্ত নহয় যোৰহাটৰ পুলিবৰৰ শিশুটি

by News Desk
A+A-
Reset
JMCH neg

যোৰহাটঃ নিশাটোৰ উদ্বিগ্নতাৰ অন্তত পুৱাই অসমবাসীয়ে পালে সুখবৰ। দ্বিতীয়টো নমুনা পৰীক্ষাত লাহোৱালৰ আইএমচিআৰত যোৰহাট মেডিকেল কলেজ হাস্পতালত কৰ’না ভাইৰাছ ধৰা পৰাৰ সন্দেহ কৰা পুলিবৰৰ শিশুটিৰ দেহত নিগেটিভ পোৱা হৈছে। স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই তথ্য।

উল্লেখ্য যে যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা এটা বাৰ্তাত বিহাৰৰ পৰা ৰেলত মাতৃ-ভগ্নীৰ সৈতে অসমলৈ অহা শিশুটিৰ দেহত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ গৱেষণাগাৰত কৰা পৰীক্ষাত কৰ’না ভাইৰাছ ধৰা পৰা বুলি কোৱা হৈছিল। অৱশ্যে মহাবিদ্যালয় হাস্পতালখনৰ পৰীক্ষাগাৰত কৰ’না ভাইৰাছৰ পৰীক্ষা কৰিব পৰা পৰ্যাপ্ত সুবিধা নথকা বাবে নমুনা দ্বিতীয় পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল লাহোৱালৰ আইএমচিআৰলৈ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0