Home ৰাজ্যকৰ’নাৰ বিৰুদ্ধে যুদ্ধ! ৰাজ্যবাসীৰ বাবে স্বাস্থ্য বিভাগে কিনি ৰাখিছে এই ঔষধ…

কৰ’নাৰ বিৰুদ্ধে যুদ্ধ! ৰাজ্যবাসীৰ বাবে স্বাস্থ্য বিভাগে কিনি ৰাখিছে এই ঔষধ…

by News Desk
A+A-
Reset
medcn-govt

গুৱাহাটীঃ কৰ’না ভাইৰাছত আক্ৰান্তৰ মানচিত্ৰত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে অসম। মঙলবাৰে এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এক টুইটযোগে এই কথা সদৰী কৰিছে। কৰ’নাত আক্ৰান্ত ৫২ বৰ্ষীয় কৰিমগঞ্জৰ লোকজনৰ দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজত অনুষ্ঠিত তবলীগ জামাতৰ সৈতে কিছু যোগসূত্ৰ পোৱা গৈছে বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে।

দিল্লীৰ উক্ত মাৰ্কাজত অনুষ্ঠিত তবলীগ জামাতৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ এই ৰোগবিধ বিয়পি পৰাৰ খবৰে এতিয়া সকলোকে উদ্বিগ্ন কৰি তুলিছে। এই জামাতত অসমৰ অতি কমেও ২৫০ গৰাকী লোকে অংশগ্ৰহণ কৰাৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। চৰকাৰী সূত্ৰয়ো উক্ত বাতৰিৰ সত্যতা একপ্ৰকাৰ স্বীকাৰ কৰা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত শিলচৰ মেডিকেল কলেজ হাস্পতালত অসমৰ প্ৰথমটো পজিটিভৰ ঘটনা পোহৰলৈ অহাৰ পিছতে শংকিত হৈ পৰিছে ৰাজ্যবাসী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0