Home ৰাজ্যখেৰণিত আৱদ্ধ ডিমা হাছাওত কৰ্মৰত হোজাই জিলাৰ ৫১জন শ্ৰমিক

খেৰণিত আৱদ্ধ ডিমা হাছাওত কৰ্মৰত হোজাই জিলাৰ ৫১জন শ্ৰমিক

by News Desk
114 views
A+A-
Reset

খেৰণিঃ কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো লৈছে ভয়াৱহ ৰূপ। ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখিবৰ বাবে সমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। এনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানাৰ অন্তৰ্গত খেৰণি গড়কাপ্তানী উপ-সংমণ্ডলৰ অধীনত থকা ডাকবাংলোত চাৰিদিন ধৰি আবদ্ধ হৈ আছে ৫১ জনকৈ শ্ৰমিক।

এই আটাইকেইজন শ্ৰমিক হৈছে ডিমা হাছাও জিলাত অৱস্থিত অসম কয়লা কুৱেৰীৰ। তেওঁলোকৰ ঘৰ হোজাই জিলাৰ ডবকা আৰু মুৰাঝাৰ অঞ্চলৰ থকা বুলি জানিবলৈ দিছে। যোৱা প্ৰায় এমাহ ধৰি কয়লা কুৱেৰীৰ সমীপতে থকা শিবিৰতে বিভিন্ন কষ্ট তথা সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছিল তেওঁলোকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0