Home বিশ্বহংকং টিভিৰ ব্ৰেকিং নিউজ, ‘মহাপ্ৰতাপী কিম জং উন আৰু নাই!’

হংকং টিভিৰ ব্ৰেকিং নিউজ, ‘মহাপ্ৰতাপী কিম জং উন আৰু নাই!’

by News Desk
103 views
A+A-
Reset

হংকংঃ ‘সকলো জল্পনা-কল্পনাৰ অৱসান। অৱশেষত মৃত্যু হ’ল উত্তৰ কোৰিয়াৰ মহাপ্ৰতাপী শাসক কিম জং উনৰ!’ শুকুৰবাৰে নিশা এই বিস্ফোৰক বাতৰি পৰিৱেশন কৰিছে হংকং টিভিয়ে। অৱশ্যে এই বাতৰিৰ সপক্ষে বা বিপক্ষে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই উত্তৰ কোৰিয়া অথবা মাৰ্কিন যুক্তৰাষ্ট্ৰই।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পিছতে দেশখনলৈ বিশেষজ্ঞ চিকিৎসকৰ এটি দলো প্ৰেৰণ কৰিছিল চুবুৰীয়া চীনে। উল্লেখ্য যে দুসপ্তাহ পূৰ্বে অস্ত্ৰোপচাৰ কৰা হৈছিল কিম জং উনৰ। ইয়াৰ পিছৰে পৰা নেতাগৰাকী স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে বুলি বিশ্বৰ সংবাদ মাধ্যমসমূহে বাতৰি প্ৰকাশ কৰি আহিছে। দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাইছিল যে অস্ত্ৰোপচাৰৰ পিছতো কিম সংকটজনক অৱস্থাত চিকিৎসালয়তে আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0