Home ৰাজ্য৫ মাহৰ অন্তত সাংবাদিকক আক্ৰমণ কৰা আমিনগাঁৱৰ ২ অভিযুক্তক আটক

৫ মাহৰ অন্তত সাংবাদিকক আক্ৰমণ কৰা আমিনগাঁৱৰ ২ অভিযুক্তক আটক

by News Desk
A+A-
Reset
amingaon

চাংসাৰিঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আৰু সাংবাদিকসকল কিমান সুৰক্ষিত বাৰু? কিয় নিৰ্যাতিত সাংবাদিকে নাপায় ফাষ্টট্ৰেক আদালতৰ ন্যায়? ২০১৯ চনৰ ২৩ নবেম্বৰত আমিনগাঁৱৰ আজ্ঞাঠুৰিত সাংবাদিকৰ ওপৰত আক্ৰমণ সংঘটিত কৰা দলটোৰ দুজনক সুদীৰ্ঘ ৫ মাহৰ অন্তত আজি আৰক্ষীয়ে আটক কৰে। ধৃত আক্ৰমণকাৰী দুজন হৈছে ৰাহুল আলী আৰু জোন আলী।

উল্লেখ্য যে আমিনগাঁৱৰ আজ্ঞাঠুৰিত এজন শিশু শ্ৰমিক উদ্ধাৰৰ খবৰ সংগ্ৰহৰ বাবে যোৱাৰ সময়তে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰিছিল উত্তৰ গুৱাহাটীৰ দুই সাংবাদিক ৰন্টু দাস আৰু ৰূপজ্যোতি বৈশ্যক। আৰক্ষী আৰু চাইল্ড লাইনৰ সমুখতে নিউজ ১৮ৰ সাংবাদিক ৰূপজ্যোতি বৈশ্য আৰু নিউজ পৰ্টেল ‘চেনেল  ইষ্ট’ৰ সাংবাদিক ৰন্টু দাসক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ৰাহুল আলী, নেকিব আলী আৰু জোন আলীসহ দুৰ্বৃত্তৰ  এটা দলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0