Home ৰাজ্যসংবিধান উলংঘা কৰি বিটিচিত ৰাজ্যপালৰ শাসন! দাবী সাংসদ বিশ্বজিৎ দৈমাৰীৰ

সংবিধান উলংঘা কৰি বিটিচিত ৰাজ্যপালৰ শাসন! দাবী সাংসদ বিশ্বজিৎ দৈমাৰীৰ

by News Desk
A+A-
Reset
daimary

কোকৰাঝাৰঃ বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনৰ ৫ বছৰীয়া শাসনকালৰ যৱনিকাৰে বিটিচিক ৰাজ্যপালৰ শাসনৰ আওতালৈ নিয়াক লৈ বড়োভূমিত বিজেপিৰে মিত্ৰ দল বিপিএফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে আজি কোকৰাঝাৰত গুজৰি উঠে বিপিএফ দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে৷ 

দৈমাৰীয়ে সংবাদমেলযোগে সংবিধানৰ ষষ্ঠ অনুসুচিৰ সংশোধনীৰে গঠিত হোৱা বিটিচিক ৰাজ্যপালে সংবিধানৰ চৰ্তক উলংঘা কৰি ৰাজ্যপালৰ আওতাত নিয়া বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেওঁ সংবাদমেলত ৰাজ্যপালৰ এনে হেমাহিৰ বাবে বিটিচিৰ দৰে সংবিধানত ষষ্ঠ অনুসূচিৰ কাৰ্বি আলং, মিজোৰাম, ত্ৰিপুৰা, ডিমাহাচাও আৰু মেঘালয়ক শংকিত কৰি তোলা বুলি আক্ষেপ ব্যক্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0