17
ছানডে হো ইয়া মনডে… ৰোজ খাও অণ্ডে। কণী যে স্বাস্থ্যৰ পক্ষে অতি উপকাৰী সেয়া আমি সকলোৱে জানো। কিন্তু কণীৰ বাকলি বা খোলাটোৰ উপকাৰিতা আছেনে? আহকচোন লকডাউনৰ এই সময়ত কণীৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে অলপ জানি লও…
১। কণীৰ বাকলি কেলছিয়ামেৰে ভৰপূৰ। সেয়ে ডাষ্টবিনত পেলাই দিয়াৰ পৰিৱৰ্তে গছৰ সাৰ হিচাপে বা টাবত ৰোৱা ফুলৰ সাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰে। কণীৰ বাকলি ভাঙি গুড়ি কৰি গছৰ গুৰিত দিলে গছ লহপহকৈ বাঢ়িব।