Home ভাইৰেললকডাউনৰ পিছত অসমবাসীক ৰুটি-পৰঠা নাখাবলৈ আহ্বান মনোৰম গগৈৰ

লকডাউনৰ পিছত অসমবাসীক ৰুটি-পৰঠা নাখাবলৈ আহ্বান মনোৰম গগৈৰ

by News Desk
A+A-
Reset
ruti-paratha

বিশেষ প্ৰতিবেদনঃ লকডাউনৰ পিছত ৰুটি নাখাব। ৰুটি খালে নিৰোগী হৈ থাকিব পাৰি বুলি ভবা ধাৰণাটো শুদ্ধ নহয়। কেৱল ৰুটিয়েই নহয়, ঘেঁহুজাতীয় সকলোধৰণ খাদ্যসামগ্ৰী পাৰিলে আজিয়েই বাদ দিয়ক। ৰাজ্যবাসীক এই আহ্বান জনাইছে বিশিষ্ট সাংবাদিক তথা বৰ্তমান থলুৱা সম্পদৰ জৰিয়তে অসমৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা থলগিৰিৰ প্ৰতিষ্ঠাপক মনোৰম গগৈয়ে। 

বিশ্বৰ কেবাগৰাকী আগশাৰীৰ চিকিৎসা বিশেষজ্ঞ আৰু খাদ্য বিশেষজ্ঞৰ উধৃতিৰে গগৈয়ে কয় যে কৰ’নাক লৈ অব্যাহত থকা এই জটিল পৰিস্থিতিত অসমীয়া জাতিয়ে খাদ্যভ্যাস সলনি নকৰিলে স্বাস্থ্যৰ লগতে আৰ্থিক দিশতো যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাতো নিশ্চিত। কৰ’না কালত নতুনকৈ মুকলি কৰা নিজৰ ইউটিউব চেনেলত আপলোড কৰা এটি ভিডিঅ’ত সাংবাদিক তথা উদ্যোগীগৰাকীয়ে স্পষ্টকৈ কৈছে যে বৰ্তমান পৃথিৱীত যিমান লাইফষ্টাইল ডিজিছ আছে সেই আটাইবোৰৰেই মূল হৈছে ঘেঁহুজাতীয় খাদ্য।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0