Home ৰাজ্যচাঞ্চল্য! পৱিত্ৰ ৰমজান মাহত ধিঙত ইছলামধৰ্মী লোকেই জ্বলাই দিলে মছজিদ

চাঞ্চল্য! পৱিত্ৰ ৰমজান মাহত ধিঙত ইছলামধৰ্মী লোকেই জ্বলাই দিলে মছজিদ

by News Desk
A+A-
Reset
jui-masjid

নগাঁওঃ নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শলগুৰিত চাঞ্চল্যকৰ ঘটনা৷ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহতেই মুছলমানে জ্বলালে মছজিদ। ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ কাণ্ড৷ এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত চলা দীৰ্ঘদিনীয়া কন্দলৰ পৰিণতিতেই জ্বলি ছাই হৈ গ’ল ইছলাম ধৰ্মী লোকৰ উপাসনা গৃহ৷ 

জানিব পৰা মতে, শলগুৰিৰ জানপাৰ গাঁৱৰ আব্দুল ৰছিদ আৰু ছফিকুল ইছলামৰ পৰিয়ালৰ মাজত বহুদিনৰ পৰা এডোখৰ মাটিৰ সীমাক লৈ সংঘাত অব্যাহত আছিল৷ পৱিত্ৰ ৰমজানৰ ৰোজা পালনৰ সময়তে দেওবাৰে এই সংঘাতে চূড়ান্ত ৰূপ লয়৷ দুয়ো ফৈদে হাতে হাতে দা, লাঠি আদি লৈ যুদ্ধংদেহি হৈ পৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0