Home ৰাজ্যসনাতনৰ বাসগৃহত সদৌ অসম উন্নয়ন পৰিষদৰ সজাতী দল, হত্যাকাৰীক শাস্তিৰ দাবী

সনাতনৰ বাসগৃহত সদৌ অসম উন্নয়ন পৰিষদৰ সজাতী দল, হত্যাকাৰীক শাস্তিৰ দাবী

by News Desk
A+A-
Reset
ujirk

চাংসাৰিঃ হাজোৰ মনাহকুছিত এক হৃদয় বিদাৰক ঘটনাত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা পাচলি ব্যৱসায় কৰি নিজৰ পৰিয়ালৰ পোহপাল দিয়া হাজোৰ তেতেলীয়াস্থিত সনাতন ডেকাৰ বাসভৱনত আজি সদৌ অসম উন্নয়ন পৰিষদৰ এটা সজাতী দল উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কষ্টৰে পৰিয়াল পোহপাল দিয়া খিলঞ্জীয়া এগৰাকী ব্যক্তিক এনেদৰে বৰ্বৰভাৱে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

সনাতন ডেকাৰ হত্যাত জড়িত ৫ অভিযুক্তৰ মূল অভিযুক্ত ফাইজুল হকৰ উপৰিও আন এজনক আজি হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অন্য পলাতক তিনি অপৰাধীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই সভাপতিগৰাকীয়ে। মানুহৰূপী দানৱৰ হাতৰ পৰা সনাতন সাৰি নগ’ল বুলি মন্তব্য কৰি এনেকৈ আমি আৰু কিমান সনাতনক হেৰুৱাম বুলিও দুখ প্ৰকাশ কৰে সভাপতি উজীৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0