Home ৰাজ্যকৰ’না প্ৰভাৱ! এতিয়া মোবাইলতে চাব পাৰিব জনপ্ৰিয় ‘বৰকটকী কেলেণ্ডাৰ’

কৰ’না প্ৰভাৱ! এতিয়া মোবাইলতে চাব পাৰিব জনপ্ৰিয় ‘বৰকটকী কেলেণ্ডাৰ’

by News Desk
A+A-
Reset
barkataki-company-calender

যোৰহাটঃ আজি কিমান তাৰিখ? এই প্ৰশ্নৰ উত্তৰত সকলোৱে তপৰাই ক’ব ‘৩০ জুলাই’। কিন্তু যদিহে সোধা হয় যে অসমীয়া কেলেণ্ডাৰমতে আজি কেই তাৰিখ? তেতিয়া আপুনি তাৰ উত্তৰ দিব নোৱৰাৰ সম্ভাৱনাই অধিক। ইংৰাজী কেলেণ্ডাৰ অনুযায়ী জীৱন নিৰ্বাহত অভ্যস্ত আমি প্ৰতিজন অসমীয়াই এতিয়া অসমীয়া তাৰিখ প্ৰায় নাজানো বুলিয়েই ক’ব পাৰি।

অসমীয়া তাৰিখলৈ তেতিয়াই মনত পৰে যেতিয়া ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিবলগীয়া হয়। বিয়া-বাৰু, আদ্যশ্ৰাদ্ধ, নামাকৰণ আদি কাৰণত মুষ্টিমেয় একাংশ লোকৰ বাদে সৰহসংখ্যকেই সম্প্ৰতি অসমীয়া তাৰিখক সম্পূৰ্ণ এলাগী কৰা দেখা গৈছে। এসময়ত ঘৰে ঘৰে বৰকটকী কোম্পানী অথবা দত্তবৰুৱা কোম্পানীৰ কেলেণ্ডাৰ আছিল যদিও হাতে হাতে স্মাৰ্টফোন হৈ পৰাত ছপা কেলেণ্ডাৰ চোৱাৰ অভ্যাসো নাইকিয়া হৈ পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0