Home ৰাজ্যলকডাউনত সন্তানৰ মৰমকো নেওচি কিয় অজান দেশলৈ গুচি গ’ল এহাল স্বামী-স্ত্ৰী?

লকডাউনত সন্তানৰ মৰমকো নেওচি কিয় অজান দেশলৈ গুচি গ’ল এহাল স্বামী-স্ত্ৰী?

by News Desk
135 views
A+A-
Reset

লকডাউন, ঋণৰ বোজা,  চিকিৎসাৰ বাবে ধনৰ অভাৱ। চৰকাৰৰ কিমান কি অভিলাষী আঁচনি আছে! অথচ এখনো আঁচনিয়ে ঢুকি নাপালে এটি মৰমলগা কণমানিৰ পিতৃ-মাতৃক। তাৰ পিছত কি হ’ল? সাংবাদিক লোকেশ্বৰ নাথৰ বিস্তৃত প্ৰতিবেদন…

দৰিদ্ৰতা নিৰ্মূলৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথাৰে দেশক প্ৰগতিৰ দিশে আগুৱাই নিয়া বুলি আত্মসন্তুষ্টি লভিছে। পিছে দৰিদ্ৰ জনতাই এই চৰকাৰৰ আমোলত প্ৰকৃততেই সকাহ লাভ কৰিছেনে! ক্ষুদ্ৰ ব্যৱসায়ী , চহা কৃষক, শ্ৰমজীৱী লোককে ধৰি নিম্ন মধ্যবিত্ত পৰিয়াল সমূহৰ দিনে দিনে দুৰ্যোগৰ মাজলৈ গতি কৰিবলগীয়া পৰিবেশ আহি পৰিছে। জীৱনদায়িনী দৰৱ, চিকিৎসালয়ৰ মাচুল, ভাড়া বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধি আৰু নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থা, অত্যাধিক কৰ-কাতলে কোঙা কৰি পেলাইছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়া। ইয়াৰ মাজতেই কৰোনা সৃষ্ট পৰিস্থিতিয়ে একাংশ লোকৰ জীৱনলৈ অসহনীয় যন্ত্ৰণাৰ যেন ধুমুহা আনিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0