60
মাৰ্চ মাহত হোৱা লকডাউনে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। কম দিনৰ ভিতৰতে হেজাৰ হেজাৰ লোক কৰ্মহীন হৈ পৰে। বহুসংখ্যকে কৰ্মস্থানৰ লগতে আশ্ৰয়স্থলো হেৰুৱায়। লকডাউনৰ সময়চোৱাত এনে কৰ্মহীন, অসহায় লোকৰ ওচৰত থিয় দিয়ে পদাতিক নাৰী সমাজে আৰু প্ৰায় ২০০০ মানুহ বিভিন্ন ধৰণে সহায় কৰে। কিন্তু কিদৰে তেওঁলোকে সংকটৰ সময়তো অজস্ৰ মানুহক সহায় কৰিবলৈ সক্ষম হ’ল!
এটা ফেচবুক প’ষ্ট আৰু ৪ লাখৰো অধিক টকাৰ সাহায্য