65
নাওকাটাঃ বাগসা জিলাত আজি পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয় বিদেশী ৰাষ্ট্ৰ থাইলেণ্ডৰ ১১ গৰাকীকে ধৰি মুঠ ১২ গৰাকীকৈ পৰ্যটক।
মূলত অসম ভ্ৰমণৰ উদ্দেশ্যৰে তিনিদিনীয়া কাৰ্যসূচীৰে বাগসা জিলাত প্ৰৱেশ কৰা পৰ্যটকৰ দলটোৱে আজি দিনৰ ভাগত বাগসাৰ ভূটান সীমান্তৱৰ্তী পৰ্যটনস্থলী বগামাটি দৰ্শন কৰাৰ পিছতে উপস্থিত হয় সুৱাগপুৰত।