94
নগাঁওঃ নগাঁৱৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদালৈ আগবঢ়োৱা হৈছে ‘বীৰ মহাৰাণা প্ৰতাপ সিংহ সমাজ ভূষণ বঁটা’৷
সমাজলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে মহাৰাষ্ট্ৰৰ ‘মনশান্তি সেৱাভাষী সংস্থা’ নামৰ অনুষ্ঠানটোৱে এই বঁটাটিৰ বাবে নিৰ্বাচিত কৰে বিধায়কগৰাকীক ৷