87
ৰঙিয়াঃ অৱশেষত আৰক্ষীাৰ জালত পৰিল ৰঙিয়াৰ চাঞ্চল্যকৰ ধন লুটৰ ঘটনাৰ দুৰ্ধৰ্ষ ডকাইত মকবুল আলী।ৰঙিয়া আৰক্ষীৰ এটা দলে অভিযান চলাই দেওবাৰে পুৱা অপৰাধীজনক গ্ৰেপ্তাৰ কৰে।
ধৃত ডকাইতটোৱে শুকুৰবাৰে ৪ সহযোগীৰ সৈতে ৰঙিয়াৰ গোপালপুৰত জনলক্ষ্মী ফাইনেন্স নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী মাইনুদ্দিন আলীক আক্ৰমণ কৰি লক্ষাধিক টকাৰ ধন লুট কৰি নিছিল।