156
ডিজিটেল ডেস্কঃ কথাই কথাই সনাস ল’বলৈ হিমালয় পৰ্বতলৈ যাম বুলি কোৱা মানুহ ধেৰ ওলাব। কিন্তু বিয়া পাতিবলৈ একা ? পিছে এনে সিদ্ধান্ত লোৱা মানুহো ওলাল। এহাল প্ৰেমিকে সিদ্ধান্ত ল’লে যে বিয়া পাতিলৈ উচ্চতাৰ শিখৰতে বিয়া পাতিব। প্ৰেমক আক্ষৰিক অৰ্থতে উচ্চতালৈ লৈ গ’ল এই প্ৰেমিকে।
কেলিফৰ্ণিয়াৰ এই প্ৰেমিকহাল হৈছে ৩৫ বৰ্ষীয় জেমচ চিজম আৰু ৩২ বৰ্ষীয় এছলে স্কিমেইজাৰ। দুয়োজনেই পাৰম্পৰিক বিয়াথলীৰ পৰিৱৰ্তে এভাৰেষ্ট শৃংগত বিয়া পাতিবলৈ মন কৰিলে।