Home ৰাজ্যহাতী নেদেখা নলবৰীয়াই এতিয়া হাতীৰ বাবে কিয় কৰিবলগীয়া হৈছে পূজা-অৰ্চনা?

হাতী নেদেখা নলবৰীয়াই এতিয়া হাতীৰ বাবে কিয় কৰিবলগীয়া হৈছে পূজা-অৰ্চনা?

by News Desk
A+A-
Reset
Nalbari Story

প্ৰথমবাৰৰ বাবে এক আতংকৰ সন্মুখীন হৈছে নলবাৰীবাসী। জিলাখনৰ বহু গাঁৱৰ বাবে এতিয়া ৰাতিটো নাযায়-নুপুৱায় ধৰণৰ। ৰাতি মানেই হাতী! এয়া কেৱল ফকৰা যোজনা নহয়, সঁচাকৈয়ে এতিয়া ৰাতি হ’লে হাতীৰ ভয়ে ত্ৰস্তমান কৰে বহু গাঁৱৰ নিবাসীক। ভূটানৰ পাহাৰৰ পাদদেশৰ পৰা নামি অহা হাতীৰ জাকে চলোৱা এই সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে যুঁজিবলগীয়া হৈছে নলবৰীয়া ৰাইজে। 

প্ৰায় এবছৰ পূৰ্বে নলবাৰীত প্ৰথমবাৰৰ বাবে হাতীৰ আতংক আৰম্ভ হৈছিল। শাওণমহীয়া বানৰ বতৰত দুটা বনৰীয়া হাতীয়ে পাগলাদিয়া নৈৰ পাৰৰ কেইবাখনো গাঁৱত প্ৰৱেশ কৰিছিল। কাহানিও চকুৰ সন্মুখত হাতী নেদেখা গাঁওবাসীৰ মাজত হাতী চাবলৈ প্ৰথমে উৎসুকতা বাঢ়িছিল। কিন্তু লাহে লাহে সেই উৎসুকতাই আতংকৰ ৰূপ লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0