Home দেশকঠোৰ সৰ্বোচ্চ ন্যায়ালয়… উৎকোচক লৈ সাংসদ-বিধায়কৰ আৰু নাথাকিব বিশেষাধিকাৰ

কঠোৰ সৰ্বোচ্চ ন্যায়ালয়… উৎকোচক লৈ সাংসদ-বিধায়কৰ আৰু নাথাকিব বিশেষাধিকাৰ

by News Desk
A+A-
Reset
mp-mla-court

সংসদ বা বিধানসভাত উৎকোচ লৈ ভোট বা ভাষণৰ প্ৰদান কৰাতো সাংসদ বা বিধায়কৰ বিশেষাধিকাৰৰ অধীনত নপৰে। সোমবাৰে এই সম্পৰ্কীয় এক গোচৰৰ ৰায় প্ৰদান কৰি এই কথা স্পষ্ট কৰি দিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আদালতৰ এই ৰায়দানৰ পিছতে এতিয়া এতিয়া যদি কোনো সাংসদ বা বিধায়কে উৎকোচ লৈ সদনত ভাষণ দিয়ে বা ভোট দিয়ে, তেতিয়া তেওঁলোকৰ বিৰুদ্ধে আদালতত অপৰাধমূলক গোচৰ ৰুজু হ’ব পাৰে।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰাৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, “বিধায়িনী বিশেষাধিকাৰৰ উদ্দেশ্য হৈছে সদনক সামূহিকভাৱে বিশেষাধিকাৰ প্ৰদান কৰা। আনহাতে ১০৫/১৯৪ নং অনুচ্ছেদৰ উদ্দেশ্য হৈছে সদস্যসকলৰ বাবে এক ভয়মুক্ত পৰিৱেশ সৃষ্টি কৰা। দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ গৈ আছে।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0