160
অসমৰ অৰ্থনীতিৰ কথা আহি পৰিলেই খনিজ সম্পদ যেনে খাৰুৱা তেল, কয়লা আদিৰ লগতে চাহ উদ্যোগৰ কথাটোৱেই সকলোৰে মনলৈ আহে। ভালকৈ চালে দেখা যায় যে কেৱল খাৰুৱা তেল, কয়লা আৰু চাহতে অসমৰ অৰ্থনীতি সীমাৱদ্ধ হৈ থকা নাই। NNOৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হৈছে আঁৰত থাকিয়েই অসমৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই যোৱা, সততে চৰ্চালৈ নহা ঠাইসমূহক লৈ DY365ৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব কাৰ্জিৰ এক বিশেষ প্ৰতিবেদন…
