Home বিশ্বহজৰ ইতিহাস কি? ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ পূৰ্বে কাবাত পূজা-অৰ্চনা চলিছিল নেকি?

হজৰ ইতিহাস কি? ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ পূৰ্বে কাবাত পূজা-অৰ্চনা চলিছিল নেকি?

by News Desk
240 views
A+A-
Reset

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মুছলমানে প্ৰতি বছৰে ছৌদি আৰৱলৈ যায়৷ উদ্দেশ্য মক্কা দৰ্শন বা ইছলামৰ ভাষাৰে হজ। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ১৪ জুনৰ পৰা ১৯ জুনলৈ হজযাত্ৰা অনুষ্ঠিত হয়। গ্ৰীষ্ম প্ৰবাহৰ বাবে এইবাৰৰ হজযাত্ৰাত কেবা শতাধিক লোকৰ মৃ্ত্যু হোৱাক লৈ সমগ্ৰ বিশ্বতে ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। লগতে ২০২৬ চনৰ পিছত একেৰাহে ১৬ বছৰৰ বাবে হজৰ সময় গ্ৰীষ্ম ঋতুত নপৰিব বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। 

ছৌদি বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰবক্তা হোছেইন অল-কাটানিয়ে জনোৱা মতে ২০২৬ চনৰে পৰা ক্ৰমাগতভাৱে ৮ বছৰৰ বাবে হজ বসন্ত কালত পৰিব। ইয়াৰ পিছত আৰু ৮ বছৰৰ বাবে হজ শীত কালত অনুষ্ঠিত হ’ব। তেওঁ আৰু কয় যে ২০২৫ চনৰ হজেই হ’ব গ্ৰীষ্ম কালৰ অন্তিমটো হজ। তেওঁ কয়, ”২০২৬ চনত জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত হজে নতুন মাত্ৰা লাভ কৰিব। অহা ১৭ বছৰৰ বাবে আমি আৰু গ্ৰীষ্মকালৰ হজ দেখিবলৈ নাপাম। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0