Home দেশচিদাম্বৰমৰ ঘৰত আয়কৰৰ তালাচী

চিদাম্বৰমৰ ঘৰত আয়কৰৰ তালাচী

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰৰ ঘৰত আজি তালাচী চলায় চিবিআইয়ে৷ মংগলবাৰে পুৱাৰ ভাগত প্ৰাক্তন মন্ত্ৰীজনৰ চেন্নাইস্থিত বাসগৃহত এটা গোচৰৰ ভিত্তিত অনুসন্ধান কৰে অনুসন্ধান সংস্থাটোৱে৷ চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ বাসগৃহতো তালাচী চলাইছে চিবিআইয়ে৷

ইউপিএ চৰকাৰৰ দিনত ৰাষ্ট্ৰীয় চেনেল ‘আইএনএক্স মিডিয়া’ক দিয়া মজুৰীৰ সন্দৰ্ভত এই তালাচী কৰা হয়৷ উল্লেখযোগ্য যে ‘আইএনএক্স মিডিয়াৰ’ প্ৰতিষ্ঠাতা ইন্দ্ৰাণী মুখাৰ্জী নিজ কন্যা শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত বৰ্তমান জেলত দিন কটাইছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0