57
ডিজিটেল ডেস্কঃ ভয়ংকৰ কুটঘাটৰ পৰিকল্পনাত ব্যস্ত হৈ পৰিছে সন্ত্ৰাসবাদী৷ এনে পৰিকল্পনাৰ এক অংশ হিচাবে উগ্ৰপন্থীয়ে জমা কৰিছে সক্ৰিয় বোমা৷
পশ্চিমবংগৰ বিৰভুম জিলাত আৰক্ষীয়ে এখন গাৱঁৰ পৰা উদ্ধাৰ কৰে ৭০ টা সক্ৰিয় বোমা৷ এটা ড্ৰামৰ পৰা উদ্ধাৰ কৰা হয় বোমাকেইটা৷ অঞ্চলটোত কুটঘাট সংঘটিত কৰাৰ বোমাকেইটা ৰখা হৈছিল বুলি সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে৷