58
মুকালমুৱাঃ গুৱাহাটীৰ পৰা হাজো-দৌলাশাল হৈ বৰপেটালৈ যোৱা পথটো নামনি অসমৰ যাতায়াত সেৱাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ পথ যদিও বছৰ বছৰ ধৰি জৰাজীৰ্ণ পথটোৱে জলা-কলা খুৱাই আহিছে ৰাইজক৷
পুনৰ নিৰ্মাণৰ কাম নকৰাৰ ফলতে বিধ্বস্ত পথটোৱে ৰাইজৰ মূৰ কামোৰণি হোৱাৰ লগতে বহুকেইটা পথ দুৰ্ঘটনাত ভালেকেইজন লোক নিহত হোৱাৰ উপৰি বহুকেইজন পংগু হ’ব লগা হৈছে৷