85
অভয়াপুৰীঃ বৰ্তমানে অসমত উৎসৱ বুলিলেই যেন জুৱা অনিবাৰ্য হৈ পৰিছে। বিভিন্ন উৎসৱ-পাৰ্ৱণৰ সময়ত অবাধ চলিছে জুৱা।
পশ্চিম অসমো ইয়াৰ ব্যতিক্ৰম নহয়। আনকি বাপতি সাহোন ৰঙালী বিহুটিকো বাদ নিদিলে জুৱাৰীয়ে।