57
শিৱসাগৰঃ আহোম স্বৰ্গদেউসকলৰ ৰাজধানী চহৰ শিৱসাগৰ চহৰৰ মাজ মজিয়াতে গঢ় লৈ উঠিছে অবৈধ প্রব্ৰজনকাৰীৰ আবাসস্থল।
উল্লেখ্য যে শিৱসাগৰ সদৰ থানাৰ আশে-পাশে দিখৌ নদীৰ মঠাউৰিৰ কাষত এচাম অচিনাক্ত লোকে প্রশাসনক বুঢ়া আঙুলি দেখুৱাই ৰাতিৰ ভিতৰতে ঘৰ বনোৱা দেখিবলৈ পোৱা গৈছে।