55
চতিয়াঃ চতিয়া আৰক্ষীয়ে ৰবি গুৱলা ওৰফে সোণা নামৰ এটা মানব সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশাৰ ভুক্তভোগীৰ তৎপৰতাত ধৰা পৰে সৰবৰাহকাৰীজন৷
ধৃত ৰবিয়ে দৰিদ্ৰ পৰিয়ালৰ কিশোৰীসকলক ফুচুলাই বেলেগৰ ঘৰত বন কৰা যুৱতী হিচাবে লৈ যায়৷ চতিয়াৰ ইটাখোলা আৰু চাৰিদুৱাৰ অঞ্চলৰ পৰা দুগৰাকী যুৱতী প্ৰায় আঠ মাহৰ আগতে লৈ গৈছিল৷