Home অন্যান্য খবৰএইমছ বিতৰ্কঃ আকৌ প্ৰতিবাদ, বন্ধ আহ্বান

এইমছ বিতৰ্কঃ আকৌ প্ৰতিবাদ, বন্ধ আহ্বান

by News Desk
59 views
A+A-
Reset

নগাঁওঃ অসমত প্ৰস্তাৱিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিস্থান চমুকৈ এইমছ স্থাপনৰ স্থান নিৰ্বাচনক লৈ কৰা প্ৰতিবাদত শেহতীয়াকৈ পুনৰ সক্ৰিয় হৈ উঠিছে মধ্য অসম। এইমছ স্থাপনৰ বিষয়টো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মজিয়াত বিচাৰাধীন হৈ থকাৰ সময়তে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ যৌথ উদ্যোগত অহা ২৬ মে’ত চাংসাৰিত প্ৰস্তাৱিত এইমছৰ আধাৰশিলা স্থাপনৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে সমগ্ৰ মধ্য অসমৰ ৰাইজ তথা দল-সংগঠন।

এই সিদ্ধান্তই সমগ্ৰ মধ্য অসমৰ ৰাইজৰ আবেগত আঘাত হানিছে বুলি উল্লেখ কৰি মধ্য অসম এইমছ দাবী সমিতিয়ে কয় যে তেওঁলোকে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব। সেই মৰ্মে ২৫ মে’ত ৰহাস্থিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ২৬ মে’ত মধ্য অসম বন্ধ কাৰ্য্যসূচী ঘোষণা কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0