48
তিনিচুকীয়াঃ তিনিচুকীয়া জিলা অসম অৰুণাচল সীমান্তৱৰ্তী গাঁও ডিৰাক আমগুৰিত বছৰ বছৰ ধৰি তামোল গছ কিম্বা বাঁহৰ খুঁটাৰ জৰিয়তে বিদ্যুত যোগান ধৰি আহিছে বিভাগটোয়ে৷
স্থানীয় ৰাইজে ডুমডুমা সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-অনুৰোধ কৰিছে যদিও আজিকোপতি বিভাগটোৱে কোনোধৰণৰ ধনাত্মক সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই বুলি ৰাইজে জনাইছে।