49
কাকপথাৰঃ শিক্ষা বিভাগে শিক্ষাৰ অধিকাৰ আইন ২০০৯ ক ধোঁৱাচাঙত তোলাৰ অভিযোগ উত্থাপিত হৈছে তিনিচুকীয়াত।
সবিশেষ অনুসৰি তিনিচুকীয়া জিলাৰ অন্যতম কাকপথাৰ খণ্ড মিচন সমন্বয়কৰ অধীনস্থ চেঙাপথাৰ প্ৰাথমিক বিদ্যালয়ৰ চালিখন প্ৰায় এপষেক পূৰ্বে ধূমুহাই উৰুৱাই নি তচনচ কৰি পেলাইছিল বিদ্যালয়খন৷