62
কামপুৰঃ নগাওঁ জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত মাধৱপাৰাৰ এটা গড়কাপ্তানী পথৰ অৱস্থা নেদেখিলে বিশ্বাস কৰিবপৰা নাযায়।
ৰাজপথৰ মাজত আছে একো একোটা প্ৰকাণ্ড পুখুৰীসদৃশ গাঁত। অতিষ্ঠ হৈ ৰাইজৰ ৰাজপথৰ পুখুৰীৰ সদৃশ প্ৰকাণ্ড গাঁতত জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে।