47
নগাঁওঃ কোনো এক দুষ্ট চক্ৰই পৰিকল্পিতভাৱে চৰকাৰী প্ৰতিষেধক বেজীক কেন্দ্ৰ কৰি চলোৱা উৰা বাতৰিৰ আতংক এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো অব্যাহত আছে৷
আনকি স্বাস্থ্য বিভাগে এনকেফেলাইটিছ প্ৰতিষেধক বেজীত কোনো ক্ষতিকাৰক দ্ৰৱ্য নাই বুলি স্পষ্ট কৰি দিয়াৰ পিছতো জিলাখনৰ ঠায়ে ঠায়ে ভয় ভাব আঁতৰা নাই কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা৷