48
তিনিচুকীয়াঃ ভাৰতৰ ভিতৰত দীৰ্ঘতম ধলা-শদিয়া সংযোগী দলং উদ্ধোধন কৰিবলৈ অহাৰ দিনাই প্ৰায় দুটা দশকজুৰি প্ৰবঞ্চনা বলি হৈ অহা শিক্ষকসকলে মূখত ক’লা কাপোৰ বান্ধি বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে আত্মজাহ কৰাৰো হুংকাৰ দিছে৷
উল্লেখ্য যে, ১৯৯১ ৰপৰা ২০০১ চনলৈ অসমৰ সমূহ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰণৰ বাবে প্ৰায় ১২,০৯৩ জন যুৱক-যুৱতীক ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছিল৷