59
কোকিলাঃ প্ৰাপ্য মজুৰি বিচাৰি শ্ৰমিকে ঘেৰাও কৰে মানিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়। বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪ খন গাঁও পঞ্চায়তৰ জব কাৰ্ড শ্ৰমিকে আজি মানিকপুৰ উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
১ বছৰ পূৰ্বে কাম কৰি আজি পৰ্য্যন্ত মজুৰি নোপোৱাত শ্ৰমিক সকলে উত্তেজিত হৈ অসম চৰকাৰ মুৰ্দাবাদ, মানিকপুৰ বিডিঅ’ মুৰ্দাবাদ ধ্বনিৰে কৰ্যালয় চৌহদ উত্তাল কৰি তোলে।