54
বাঘবৰঃ দুৰ্নীতিৰ বিৰুদ্ধে পৰিৱৰ্তনকামী চৰকাৰ খনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে খাদ্য আৰু অসামৰিক যোগান বিভাগত অব্যাহত আছে চোৰাং ব্যৱসায়ৰ ৰমৰমীয়া বজাৰ।
বৰপেটা জিলাৰ বিভিন্ন স্থানৰ পৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ চোৰাং চাউল সময়ে সময়ে আৰক্ষীয়ে জব্দ কৰা ঘটনাই বিভাগটোৰ ৰহস্যময় ভূমিকাৰ স্বৰূপ ওলাই পৰিছে।