68
ডিফুঃ দ্বাদশ কাৰ্বি পৰিষদীয় নিৰ্বাচনত আইন-শৃংখলা পৰিস্থিতি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসনে আজি ডিফু ক্লাৱৰ পৰা এটি ড্ৰ’নৰ সফল পৰীক্ষণ কৰে৷
২০০ মিটাৰ উচ্চতালৈ উৰিব পৰা ক্ষমতা সম্পন্ন উক্ত ড্ৰ’নে চতুৰ্দিশে ২ কিলোমিটাৰ দূৰত্বলৈকে ১ কিলোমিটাৰ এলেকা জুম কৰি ফটো সংগ্ৰহ কৰাৰ লগতে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব৷