60
ছিপাঝাৰঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতেই চতুৰ্থ স্থান লাভ কৰি সমগ্ৰ দৰং জিলাৰ লগতে হাজৰিকাপাৰা অঞ্চললৈ গৌৰৱ কঢ়িযাই আনিছে নৱনীতা ভৰদ্বাজে।
ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হাজৰিকাপাৰা গাৱৰ বিশিষ্ট ক্ৰীড়া সংগঠক চন্দ্ৰ কুমাৰ শৰ্মা আৰু নামনি দেৱীৰ দ্বিতীয় সন্তান নৱনীতা ভৰদ্বাজে মঙলদৈ জ্ঞান বিকাশ একাডেমীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৪৭৪ নম্বৰেৰে ৪ৰ্থ স্থান অধিকাৰ কৰে৷