57
বিশ্বনাথঃ নেপালত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় ৱাডোৰিঅ কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ হৈ বিশ্বনাথ জিলাৰ চতিয়াৰ পৰা অংশগ্ৰহণ কৰা অসমৰ হৃদয়ানন্দ দাসে (৬০-৬৫ কেজি চিনিয়ৰ) কুমিটেত সোণৰ পদক অৰ্জন কৰে৷
চিমৰন বৰাই কুমিটে (৪৫-৫০ কেজি) আৰু কাটাত বিভাগত দুটাকৈ সোণৰ পদক লাভ কৰাৰ লগতে প্ৰাৰ্থ প্ৰতিম ভূঞাই (৬০-৬৫ কেজি জুনিয়ৰ) ব্ৰঞ্জৰ পদক লাভ কৰে৷ আজিত সফলতাৰে সমাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় ৱাডোৰিঅ কাৰাটে প্ৰতিযোগিতাখনি।