56
ডিজিটেল ডেস্কঃ বিজেপিৰ বৰেলী আঞ্চলিকৰ সংখ্যালঘু শাখাৰ নেতাক অচিনাক্ত দুৰ্বৃত্তই বৃহস্পতিবাৰে আবেলি গুলিৰে থকা-সৰকা কৰে।
তিনিটাকৈ গুলিৰে থকা-সৰকা হোৱা ৰইচ আহমেদ নামৰ বিজেপি কৰ্মীগৰাকীক ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয়।