61
ডিজিটেল ডেস্কঃ ৰেল’ৰ টিকট কৰিবলৈ প্ৰয়োজন নহ’ব টকাৰ৷ ভাৰতীয় ৰেল বিভাগে অতি সোনকালে আৰম্ভ কৰিব এই সেৱা৷
এক্সপ্ৰেছ ৰেলত যাত্ৰা কৰা যাত্ৰীসকলে আইআৰচিটিছিৰ জড়িয়তে টিকট কৰিলে এই সুবিধা লাভ কৰিব৷ প্ৰথমতে টিকট বুক কৰি পিছতহে উক্ত টিকটৰ মুল্য পৰিশোধ কৰিব পাৰিব যাত্ৰীয়ে৷