61
ৰঙিয়াঃ ৰঙিয়াত টিউশ্যনৰ পৰা ঘৰলৈ আহি থকা এগৰাকী কিশোৰীক এজন যুৱকে ধৰ্ষণৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে ৰঙিয়া তিনিআলিৰ এটি উপ-পথৰে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে টিউশ্যনৰ পৰা ঘৰলৈ আহি আছিল। সেই সময়তে ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰা এজন যুৱকে নৱ নিৰ্মিত বিল্ডিং এটালৈ ছাত্ৰীগৰাকীক টানি নি ধৰ্ষণৰ চেষ্টা চলায়।