ৰাইজৰ প্ৰতিবাদত সেও হ’ল চৰকাৰঃ উপায়ুক্ত কুমাৰীক বদলি

Home ৰাজ্যৰাইজৰ প্ৰতিবাদত সেও হ’ল চৰকাৰঃ উপায়ুক্ত কুমাৰীক বদলি

ৰাইজৰ প্ৰতিবাদত সেও হ’ল চৰকাৰঃ উপায়ুক্ত কুমাৰীক বদলি

by News Desk
62 views
A+A-
Reset

দক্ষিণ-শালমাৰাঃ অৱশেষত ৰাইজৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে। দক্ষিণ-শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক আজি বদলিৰ নিৰ্দেশ জাৰি কৰে চৰকাৰে । ৰাইজৰ দাবী মানি লোৱাত বিগত পাঁচ দিন ধৰি ১৯ টাকৈ সংগঠনে চলাই অহা আমৰণ অনশন কাৰ্যসূচী ভংগ কৰে। জিলাখনৰ নতুন উপায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে আটিকা চুলতানাক।

শেহতীয়াভাৱে জিলাখনত উপায়ুক্ত কুমাৰীৰ বদলিৰ দাবীত জিলাখনৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই এই সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0